Skip to content
New: the free AppMetis browser extension puts measured installs and chart places on every Google Play and App Store page →
AppMetis
Google PlayFree

আল-কোৰআন অসমীয়া

islamEnc Books & Reference 🇮🇩 Indonesia

Al-Quran in Assamse Language

Installs
48.06K
Measured
Rating
—
Ratings
—
Version
Varies with device
Updated 6 Jul 2021
Released
5 Nov 2016
Tracked since 11 May 2026
Size
4 MB
Needs 4.4

Screenshots

আল-কোৰআন অসমীয়া screenshot 1আল-কোৰআন অসমীয়া screenshot 2আল-কোৰআন অসমীয়া screenshot 3আল-কোৰআন অসমীয়া screenshot 4আল-কোৰআন অসমীয়া screenshot 5আল-কোৰআন অসমীয়া screenshot 6আল-কোৰআন অসমীয়া screenshot 7আল-কোৰআন অসমীয়া screenshot 8

About আল-কোৰআন অসমীয়া

The description on the store listing

আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ পোন প্ৰথমেই আল্লাহৰ চুকৰীয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। অসংখ্য অগণন প্ৰশংসা একমাত্ৰ তেওঁৰেই; তেৱেঁই আমাক সৰ্বোৎকৃষ্ট গ্ৰন্থ, মানৱজাতিৰ হিদায়তৰ মূল পুথি আল-কোৰআন অসমীয়ালৈ অনুবাদ কৰাৰ আৰু মানুহৰ মাজত পৌঁচাই দিয়াৰ তাওফীক দান কৰিছে। এই কথা নিশ্চিত যে, অনুবাদ কেতিয়াও মূল গ্ৰন্থৰ সমপৰ্যায় হ’ব নোৱাৰে। আনহাতে হুবহু অনুবাদ কৰাও সম্ভৱ নহয়। তথাপিও আমি যৎপৰোনাস্তি প্ৰতিটো শব্দৰ অৰ্থ অনুবাদত টানিবলৈ চেষ্টা কৰিছোঁ। অনুবাদ কৰোঁতে কেৱল ভাৱাৰ্থৰ অনুবাদ অথবা কেৱল শাব্দিক অনুবাদ কৰা নাই, বৰং দুয়োটাই একেলগে ৰখাৰ চেষ্টা কৰিছোঁ। কোৰআনৰ এই অনুবাদখন পাঠক সমাজলৈ সহজে উপস্থাপন কৰিব পৰাকৈ ভাই মতিউৰ ৰহমান চাহাবৰ আপ্ৰাণ প্ৰচেষ্টাত এই এপ্লিকেচনৰ ডেভ্লপমেন্ট প্ৰক্ৰিয়া …

Read the full description

আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ পোন প্ৰথমেই আল্লাহৰ চুকৰীয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। অসংখ্য অগণন প্ৰশংসা একমাত্ৰ তেওঁৰেই; তেৱেঁই আমাক সৰ্বোৎকৃষ্ট গ্ৰন্থ, মানৱজাতিৰ হিদায়তৰ মূল পুথি আল-কোৰআন অসমীয়ালৈ অনুবাদ কৰাৰ আৰু মানুহৰ মাজত পৌঁচাই দিয়াৰ তাওফীক দান কৰিছে। এই কথা নিশ্চিত যে, অনুবাদ কেতিয়াও মূল গ্ৰন্থৰ সমপৰ্যায় হ’ব নোৱাৰে। আনহাতে হুবহু অনুবাদ কৰাও সম্ভৱ নহয়। তথাপিও আমি যৎপৰোনাস্তি প্ৰতিটো শব্দৰ অৰ্থ অনুবাদত টানিবলৈ চেষ্টা কৰিছোঁ। অনুবাদ কৰোঁতে কেৱল ভাৱাৰ্থৰ অনুবাদ অথবা কেৱল শাব্দিক অনুবাদ কৰা নাই, বৰং দুয়োটাই একেলগে ৰখাৰ চেষ্টা কৰিছোঁ। কোৰআনৰ এই অনুবাদখন পাঠক সমাজলৈ সহজে উপস্থাপন কৰিব পৰাকৈ ভাই মতিউৰ ৰহমান চাহাবৰ আপ্ৰাণ প্ৰচেষ্টাত এই এপ্লিকেচনৰ ডেভ্লপমেন্ট প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিছে। লগতে ভাই ইমৰাণ আলি চাহাবৰ যথেষ্ট মেহনতত www.islamqa.in নামৰ ৱেবছাইটটো অস্তিত্ব লাভ কৰিছে। আমি সেই ৱেবছাইটক ইয়াত সংযুক্ত কৰিছোঁ। আল্লাহে তেওঁলোক দুয়োকে উত্তম প্ৰতিদান দিয়ক। লগতে মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা কবুল কৰি নাজাতৰ মাধ্যম বনাই দিয়ক। (আমীন) এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে। * আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে। * কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে। * আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে। * ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে। * নাইট মোড অপচন দিয়া হৈছে। * অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে। * আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব। আলহামদুলিল্লাহ্,‌ আল্লাহেই আমাক তেওঁৰ দ্বীনৰ বৃহৎ কৰ্মৰ এটি ক্ষুদ্র অংশত সম্পৃক্ত হোৱাৰ তাওফীক দান কৰিছে।  আমি আশা কৰোঁ আৰু বিশ্বাস কৰোঁ, যিসকলে প্রকৃতপক্ষে দ্বীনক ভালপায়, তথা আল্লাহ্‌ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাক নিজে আমল আৰু অনুসৰণ কৰাৰ লগতে আনৰ ওচৰলৈ পৌঁচাই দিব বিচাৰে, তেওঁলোকে আমাৰ এই ক্ষুদ্র কার্যক্রমত নিজকে সম্পৃক্ত কৰিব ইন-শ্বা-আল্লাহ।  অৱশেষত আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাৰ সকলো ভুল ত্রুটি ক্ষমা কৰে আৰু আমাৰ এই ক্ষুদ্র প্ৰচেষ্টাক পৰকালৰ নাজাতৰ মাধ্যম হিচাপে কবুল কৰে, তথা ইয়াৰ লগত জৰিত সকলোকে জান্নাতুল ফিৰদাউছত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে একেলগে থকাৰ তাওফীক দান কৰে, আমীন। যিসকলে আমাক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেওঁলোকে আমাক whatsappত যোগাযোগ কৰিব পাৰে অথবা ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে। ইতি অনুবাদকঃ আল-কোৰআন অসমীয়া ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান বলোগড়া, খাৰুপেটীয়া, দৰং, অসম। যোগাযোগঃ [email protected] mr963560

Installs since 2 Sep 2026 Measured

Exact Google Play install counts, collected daily

Updated 2 Sep 2026

Daily history starts once this app is in our daily install sample.

Full history, growth rates and exports are in AppMetis.Start free

Ratings

  • 5 ★0.0%
  • 4 ★0.0%
  • 3 ★0.0%
  • 2 ★0.0%
  • 1 ★0.0%

Recent reviews

Latest public reviews from the store

No reviews in our sample for this app yet.

Top chart positions

Latest Google Play chart ranks by country, last 10 days

Not in any tracked top chart in the last 10 days.

আল-কোৰআন অসমীয়া history

Release, install milestones, listing and store changes

Latest version 2.2 on 6 Jul 2021
  1. Reached 10,000+ installs 22 Oct 2018
  2. Reached 5,000+ installs 13 Sep 2017
  3. Reached 1,000+ installs 21 Dec 2016
  4. Reached 500+ installs 13 Nov 2016
  5. Reached 100+ installs 10 Nov 2016
  6. First released on the store 5 Nov 2016

Recent versions

Current version Varies with device

  1. Version 2.26 Jul 2021
  2. Version 2.06 Dec 2020
  3. Version 1.630 Mar 2017
  4. Version 1.517 Jan 2017

Listing keywords

Words and phrases আল-কোৰআন অসমীয়া repeats most in its store listing

কৰ33আল14আম13অন12আৰ9অসম7এই6মৰ5সম5বৰ4ৰআন4লগত4সকল4ওফ3

Top phrases: কৰ আম (6), অন কৰ (4), আল ৰআন (4), আল ৰআন অসম (3), অসম অন (3).

Highlighted words also appear in the title. Counts cover the title, short description and description.

Business model and tech

From the store listing, the SDKs in the app package and its declared permissions

Business model
Free to download
Built with
No cross-platform framework or game engine detected
Ad networks (0)
None detected
Sensitive access
Photos, videos and files

0 ad, attribution and analytics SDKs detected. SDKs are read from the app package and permissions from the store listing, so code that loads later is not seen.

Technology

3 SDKs found in the app package

6 permissions

0 special access, 2 sensitive, 4 standard

  • Change or delete shared storageSensitive
  • Read shared storageSensitive
  • Keep the phone awakeStandard
  • Full internet accessStandard
  • See network connectionsStandard
  • See Wi-Fi connectionsStandard

Compliance

What the listing and the app package show

Store status
Live
Upkeep
No update since 6 Jul 2021
Registered in
Indonesia
Privacy policy
Linked on the listing
Advertising
No ads declared
In-app purchases
None declared
Age rating
Everyone
Sensitive permissions
2 sensitive of 6
Location access
No
Camera and microphone
Neither

Apps like আল-কোৰআন অসমীয়া

আল-কোৰআন অসমীয়া: questions and answers

How many downloads does আল-কোৰআন অসমীয়া have?

আল-কোৰআন অসমীয়া has 48,057 installs on Google Play, measured from the store's own count on 2 Sep 2026.

Who makes আল-কোৰআন অসমীয়া?

আল-কোৰআন অসমীয়া is published by islamEnc, a developer based in ID.

When was আল-কোৰআন অসমীয়া last updated?

The latest version (Varies with device) was released on 6 Jul 2021.

Is আল-কোৰআন অসমীয়া free?

Yes. আল-কোৰআন অসমীয়া is free to download.

Is আল-কোৰআন অসমীয়া still available?

Yes. আল-কোৰআন অসমীয়া is live on Google Play as of 2 Sep 2026.

Track আল-কোৰআন অসমীয়া and its competitors

Watch any app for new versions, rating drops, chart moves and removals. Free plan, no card.